“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Monday, 7 March 2016

আশ্ৰম এক্সপ্ৰেছত এৰাতি

আশ্ৰম এক্সপ্ৰেছত এৰাতি
( দিল্লীৰ পৰা গুজৰাটলৈ)
°°°°°°°°°°°°°°°°°°°°°°°°°°
'ৰাদুজনৰ হাতৰ পৰা জেনেৰেল ট্ৰেইনৰ টিকটটো লৈ মই গুজৰাট অভিমূখী  "আশ্ৰম এক্সপ্ৰেছ" নামৰ ট্ৰেইন খনৰ জেনেৰেল 'বাটোত সোমালো 'ৰাদুজন আমাৰ কলেজৰে ,চিনিয়ৰ 'ৰা এজন মনিপুৰৰ আনজন ৰাজস্থানৰ চিনাকী হোৱা বেছি দিন হোৱা নাই মই হিন্দী ভালদৰে ' নোৱাৰাৰ কাৰণে সিহঁত দুয়ো মোক টিকট কাটি ট্ৰেইনত বহুৱাই দিবলৈ নতুন দিল্লী ষ্টেচনলৈ আহিছিল সিহঁতক এৰিয়েই মই 'বাৰ মাজৰ এটা চিটত বহি 'লো লাহে -লাহে মানুহৰো ভিৰ লাগিব ধৰিলে চিটবোৰো লাহে-লাহে ভৰি ' এনেতে পকেটত থকা নকীয়া ১১০০ মডেলৰ মোবাইলো বাজি উঠাত দেখিলো ককাইদেউৰ  নম্বৰ কথাপাতি গম পালো চাৰি ঘণ্টা লাগিব ,ৰাতি দহ বজাত মই আহমেদাবাদ পামগৈমোৰ ওচৰতে এজনী বুঢ়ী আইতা বহিছে লগত থকা 'ৰাজনৰ লগত নিজৰ ভাষাতে কথাত ব্যস্ত নাতি 'ৰা যেন লাগিছে আইতাজনীৰ হাতত এটা ডাঙৰ বেগ মাজে-মাজে নাতিয়েকক তাৰ পৰা পানী উলিয়াই এটা সৰু গিলাচেৰে খাবলৈ দিছে চাৰি ঘণ্টাৰ ৰাস্তা কাৰণে পানীৰ বটল এটাও নল'লো ওচৰতে দুজন মান বেলেগ মানুহ দেখাই শুনাই বিহাৰৰ যেন লাগিছে ওচৰতে থকা সৰু কেঁচুৱা দুজনমানে গৰমতে খুব কান্দিছে ট্ৰেইনখনে  যেন কেতিয়া  নিজৰ গতিবেগ বঢ়াব ? নিজৰ কোচত থকা বেগটো জোৰকৈ ধৰি মাজে-মাজে পকেটটো খেপিয়াই চাওঁ দেউতাই কোৱামতে পাচ পকেটত ৰখাৰ ওপৰিও এশ টকীয়া দুখনমান বেগতো লৈছো মোৰ সন্মুখতে খীনমিন 'ৰাজনে বেগৰ পৰা কিতাপ এখন উলিয়াই কাঠ পেঞ্চিলেৰে দাগ দি- দি মনে মনে কিবা ভুৰভুৰাই আছে কিতাপৰ পোক যেন লাগিছে তাৰ ফালে একান্ত মনেৰে চাই থাকোতেই হঠ্যাতে সি বেগৰ পৰা পলিথিনত বান্ধি অনা কল কেইটা উলিয়াই তাৰে দুটা কল মোৰ ফালে আগবঢ়াই দিলে মই নেলাগে বুলি কোৱা যেন কৰাত সি 'লে "খাই লোৱা আহমেদাবাদ পাবলৈ আৰু চয় ঘণ্টা লাগিব লওঁ নলওঁকৈ কল কেইটা লৈ ভঙাচিঙা হিন্দিৰে তাক  আহমেদাবাদ পোৱাৰ ৰাইটটাইম কিমান বুলি সুধিলোঁ সি কিবা কিবি 'লে ভালদৰে বুজি নেপালো যদিও ট্ৰেইনখন যে ৰাতিপুৱা আঠ বজাতহে আহমেদাবাদ পাবগৈ সেইটো বুজিবলৈ বাকী নাথাকিল মোবাইলটোৰো নেটৰ্ৱক নাই,ৰোমিং লাগিল ককাইদেৱে কিজানি ৰাতিটো ষ্টেচনতে ৰৈ থাকিব ! কিবা অদৰকাৰী চিন্তা এটাই হেচি ধৰিলে ট্ৰেইনখনো ইমানেই লাহে-লাহে গতি কৰিছে ,মানুহবোৰো পাৰ্য্যমানে হেচাঠেলা কৰি সোমাইছে আৰু চয় ঘণ্টাৰ কাৰণে শৌচ -প্ৰস্ৰাৱ সকলো বন্ধ ভৰিৰ ওপৰত ভৰি পৰিছে তথাপিও মানুহবোৰ  সোমাইয়ে আছে ভাগৰে ভোকে আঁৱৰি ধৰাত মই একেবাৰে শক্তিহীন যেন হৈ পৰিলো মাজে-মাজে সক্ৰিয় হৈ পাছ পকেটটো চুই চাওঁ মানুহৰ ভিৰৰ মাজতে এইবাৰ আইতা জনীৰ চকুৱে মোৰ চকুৱে মিলি ' আইতাৰ ফালে মোৰ কৰুণ চাঁৱনী মই বিচৰা ধৰণে আইতাই বেগৰ পৰা পানী বটলটো উলিয়াই মোৰ ফালে আগবঢ়াই হাঁহি এটা মাৰিলে ময়ো সংকোচ নকৰি একে খোৱাই আধা পানী খাই দিলো আহ! কি যে শান্তি ' নোৱাৰাকৈ " আইতা" শব্দটো মুখেৰে উলাই ' আইতাক বটলটো উভতাই দি "টেংকিউ" বুলি 'লো কিবা নিজৰ নিজৰ যেন লাগিল এইবাৰ আইতাই বেগৰ পৰা ৰুটী আৰু চৱজীৰ  টিফিনটো উলিয়ালে নাতিয়েকৰ লগতে মোকো চাৰিখন ৰুটী খাবলৈ দিলে চেনি দিয়া চৱজীৰ কি যে আমেজ,তাতে আকৌ ভোকৰ ভাত শৰীৰত পুনৰ শক্তি আহিবলৈ ধৰিলে কিন্তু  চকু কেইটাহে ক্ৰমান্বয়ে সৰু সৰু হৈ গৈছে আইতাজনী  মৰমীয়াল ,মোৰো আইতাৰ প্ৰতি মৰম বাঢ়ি ' মোৰো যদি আইতা এজনী থকা 'লে কথাবোৰ ভাবি থাকোতেই কেতিয়া চকু কেইটা বন্ধ হৈ ' গমেই নেপালো এখন কোমল হাত মোৰ চুলিৰ মাজেৰে গৈ গৈ গাল পাইছেগৈ মৰমসনা এখন হাতৰ ধীৰ গতি মোৰ চুলিৰ মাজত ,এটা কোমল গাৰুৰ দৰে কিবা এটাত শুই থকাৰ যেন লাগিল হঠ্যাতে ট্ৰেইনখন ৰখোৱাত উচপ খাই উঠিলোঁ চকু কেইটা নোখোলাকৈ পাছৰ পকেটটো চুবলৈ হাত খন মেলি দিয়াত হে গম পালো যে মই আইতাৰ কোঁচতআইতাৰ আনটো ফালে নাতিয়েকজনে তেতিয়াও শুই আছিল মই উঠি দিয়াত "সু যা বেটা" বুলি 'লে লাজে ভয়ে এইবাৰ বহি-বহি য়েই শুৱলৈ চেষ্টা কৰিলো ককালটোও খুব বিষাইছে ,কোনো মতে পোন কৰিব পৰা নাই মই উঠি দিলেই বেলেগ কোনোবা বহি যাব, গতিকে কষ্ট কৰি শুই থকাটোৱেই ভাল
চকু কেইটা মেলি দিয়েই হিন্দীত লিখা "আহমেদাবাদ" নামৰ শব্দটোৰ ফলকখন দেখা পাই আইতাৰ ফালে চালো অহহ ! আইতা জনী নাই দেখোন ,'লৈ ' বাৰু ? বহুত আগতেই নামিলে চাগে ? মানুহবোৰ ট্ৰেইনৰ পৰা নামিলে ,ভিৰ কমিলে বেগটো হাতত লৈ ইফালে সিফালে আইতাক বিচৰাত লাগিলোঁ এনেতে পাছফালৰ পৰা মোৰ হাত খনত জোৰকৈ কোনোৱাই ধৰিলে ঘুৰি চাই দেখিলো ককাইদেউ "ইফালে ' গৈ আছ' তেতিয়াৰ পৰা মাতি আছো "? মোৰ মুখৰ পৰা ওলাল- "আইতা এজনী…"
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী




No comments:

Post a Comment