“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Monday, 7 December 2015

ব্ৰিটিছ আৰু মাটি মৈ ( কাল্পনিক)


ব্ৰিটিছ আৰু মাটি মৈ ( কাল্পনিক)
---------------------------------------
'লা কোট পিন্ধা সেই ব্ৰিটিছৰ বাবুজনে গাঁৱৰ কেঁচা ৰাস্তাৰে গাড়ীখন চলাই একেবাৰে গাওঁবুঢ়াৰ খেতি পালেগৈ বাৰিষাৰ দিন আমাৰ গাওঁবুঢ়াদেৱেও মাটি বোকা কৰিবৰ বাবে তেখেতৰ সেই প্ৰকাণ্ড ডাঙৰ হালুৱা কেইটাক যুৰি লৈ মাটি মৈয়াই আছে ব্ৰিটিছ বাবুৱে গাড়ীখন ৰাস্তাতে ৰখাই থৈ আঠুৰলৈকে অহা জোতাজোৰ নোসোলোৱাকৈ একেবাৰে কেঁচা কেঁচা আলিৰে খোজ দি ক্ৰমান্বয়ে আগবাঢ়িছে গাওঁবুঢ়াৰ ফালে মুৰত সেই 'লা টুপিটোএখন হাতেৰেই চুৰট এডাল পক...েটৰ পৰা উলিয়াই আনটো পকেটত হাত দিছে দিয়াচলাইটো বিচাৰি। নিশ্বয় কিবা বৰ দৰকাৰী কাম আছে আমাৰ গাওঁবুঢ়া দেৱৰ লগত চুৰটডাল হুপি হুপিয়েই গাওঁবুঢ়াৰ ওচৰ পালেগৈগাওঁবুঢ়াদেৱেও " ,, " বুলি কোৱাত গৰু কেইটা ঘপংকৈ ৰৈ দিলে

:
হেল্লো চৰপঞ্জজী (গাওঁবুঢ়া) ,হাও আৰ ইউ?
:
আই এম ফাইন ,হুৱাট এবাউট ইউ? গাওঁবুঢ়াইও উলোটাই সুধিলে

কিছু সময় দুয়োৰ মাজতে কিবা সামাজিক কথাবতৰা ' অহাৰ সময়ত বেচেৰা চখীয়াল ব্ৰিটিছ বাবুৱে লোভ সামৰিব নোৱাৰি মাটি মৈ খনত উঠাৰ সেই গোপন ইচ্ছাটো ব্যক্ত কৰিলে আমাৰ গাওঁবুঢ়াজনেও "' প্ৰ'বলেম, ইউ কেন " বুলি কৈ গৰু হালৰ ওচৰত ' ব্ৰিটিছ বাবুৱেও জপং জপং কৈ বোকাৰ মাজেৰেই খোজ কাঢ়ি একেজাপে মাটি মৈত উঠিল গৈ বেচেৰা গাড়ীৰ ব্ৰেক আৰু স্টেৰিং জনা বিট্ৰিছে এবাৰো ভাবি নেচালে মাটি মৈৰ ব্ৰেক আৰু স্টেৰিং ,গিয়েৰ ইত্যাদি সুবিধাবোৰৰ বিষয়ে তেখেতে গৈ একে বাৰে দুয়োটা গৰুৰ নেজ দুডালত জোৰকৈ ধৰি দিলে কলামলা পোছাক গৰু কেইটাই তেখেতক আগৰে পৰা কেৰাকেৰিকৈ চাই আছিলে। ভয়তে একে জাপতে বহু দূৰ পালেগৈ বেচেৰা ব্ৰিটিচ পৰো নপৰোকৈ কোনোমতে মাটি মৈৰ পৰাই জোৰকৈ চিঞৰিলে '" হোৱেৰ ইচ ব্ৰেক ?হোৱেৰ ইচ ব্ৰেক?" গৰু কেইটাইও ভয়তে পেপুৱা লাগি দৌৰিয়েই থাকিল ইফালে তেখেতে জোৰকৈ নেজকেইডালত ধৰি লৈছে এনেতে গাওঁবুঢ়া জনে জোৰকৈ ছিঞৰি 'লে "ব্ৰেক ইচ ' '" দুবাৰ মান কোৱাৰ পাছত ব্ৰিটিছ বাবুৱে বুজি পালে কৈ দিলে "'' " অসমীয়াৰ গৰু গৰাকীৰ কথা মানে ঠাইতে ৰৈ দিলে মাটিৰে লুতুৰি পুতুৰি হৈ ব্ৰিটিছ নিজৰ গাড়ী পালেগৈ লাজে- ভয়ে মাটি মৈৰ কথা ভাবি ভাবিয়েই ঘৰ পালেগৈ প্ৰচণ্ড গতিবেগী গাড়ীখন ৰখাৰ সময়ত জোৰকৈ চিঞৰিলে ","…… প্ৰচণ্ড খুন্দা এটা মাৰি কিচু দিনৰ কাৰণে হস্পিটেল পালেগৈ হস্পিষ্টলৰ বিচনাৰ পৰাই কথাবোৰ ভাবি থাকিল একো বুজি বাজি নেপালে লাহে লাহে মুখেৰে ওলাই ' "''" ওচৰত থকা নাৰ্চকেইটাই একো বুজি নেপালে ডক্টৰক কৈ দিলে ডক্টৰে আহি সুধিলে "হোৱাট ইচ '' ? " ব্ৰিটিছে এইবাৰ টপৰাই উত্তৰ দিলে , ব্ৰেক ইচ ''

(C) মণ্টু কুমাৰ ডেকা
নতুন দিল্লী

ডিচেম্বৰ ২০১৫

 

No comments:

Post a Comment